Year: 2019

বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বাতিল হ’ব পাৰে (৪৮ ঘণ্টাৰ বাবে) ইণ্টাৰনেট

বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বাতিল হ’ব পাৰে (৪৮ ঘণ্টাৰ বাবে) ইণ্টাৰনেট

আজি নিশা ১২ বজাৰ পৰা অসমত বন্ধ কৰি দিয়া হ’ব ইন্টাৰনেট সেৱা। প্রথমে ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বাতিল হ’ব অসমত। কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ছ’চিয়েল মিডিয়াত সৃষ্টি হোৱা জনমতৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰৰ দৰে উত্তৰ-পূবত কেবৰ