Year: 2019

অসম আৰক্ষীত ব্যাপক সালসলনি।

অসম আৰক্ষীত ব্যাপক সালসলনি।

৪৯গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIGলৈ পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG(নিৰাপত্তা) পদলৈ বদলি। সত্যজিত হাজৰিকাক BTADৰ DIG পদলৈ

দিছপুৰ থানালৈ কিয় আহিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা?

দিছপুৰ থানালৈ কিয় আহিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা?

কিয় দিছপুৰ আৰক্ষীয়ে মাতি আনিলে আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক। আচলতে বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা অনুপ চেতিয়া আৰু

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিও উত্তাল হাতীচুং মহাবিদ্যালয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিও উত্তাল হাতীচুং মহাবিদ্যালয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিও উত্তাল হাতীচুং মহাবিদ্যালয়। কলেজ ছাত্ৰ একতা সভাৰ এই প্ৰতিবদ। বিধেয়ক বাতিলৰ দাবীৰে উত্তাল নগাঁও ।

নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ।

নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ।

প্ৰতিবাদৰ ভাষাও হ’ব পাৰে কবিতা । নগাঁৱৰ এদল কাব্যপ্ৰেমীয়ে শনিবাৰে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নগাঁৱৰ শ্বহীদ ভৱনত সমবেত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা