Advertisement

Year: 2019

ৰাজ্যৰ প্রথমখন চি এন জি চালিত বাছ সেৱা উদ্বোধন

ৰাজ্যৰ প্রথমখন চি এন জি চালিত বাছ সেৱা উদ্বোধন

প্রদূষণমুক্ত অসম গঢ়াৰ দিশত এখোজ আগবঢ়াই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ সেৱা আজি ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উদ্বোধন কৰে৷ ডিব্রুগড় চৌকিডিংগিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত