ৰাজ্যৰ প্রথমখন চি এন জি চালিত বাছ সেৱা উদ্বোধন

ৰাজ্যৰ প্রথমখন চি এন জি চালিত বাছ সেৱা উদ্বোধন

প্রদূষণমুক্ত অসম গঢ়াৰ দিশত এখোজ আগবঢ়াই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ সেৱা আজি ডিব্রুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উদ্বোধন কৰে৷ ডিব্রুগড় চৌকিডিংগিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজিত এটা অনুষ্ঠানত আজি উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত চি এন জি বাছখনৰ ফিতা কাটি উদ্বোধন কৰাৰ পাছত ডিব্রুগড় নগৰৰ পৰা চাবুৱাৰ মুলুকগাঁওলৈ চলিবলগীয়া বাছখনৰ যাত্রাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে৷

Elias Ali