Month: October 2020

৩০ অক্টোবৰৰ ভিতৰত মন্ত্রীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্রতিবেদন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দর্ভত গঠন কৰা মন্ত্রীগোটে অহা ৩০ অক্টোবৰৰ ভিতৰত কেন্দ্রীয় চৰকাৰক দাখিল কৰিব প্রতিবেদন৷ শুকুৰবাৰে এই কথা সদৰী কৰিছে মন্ত্রীগোটৰ  অধ্যক্ষ তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

সদৌ অসম মটৰ পৰিবহণ সন্থাই দুগুণ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত যোৱা ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কার্যসূচীব প্রত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ