Month: October 2020

কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

এইবাৰ কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া। পিছত স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত, অভিনেত্ৰীগৰাকীক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ আক্ৰান্ত হৈছিল কোৰোণাত। উল্লেখযোগ্য যে,সম্প্ৰতি এখন ৱেব চিৰিজৰ