ছেক্স ৰেকেটত জৰিত থকাৰ অভিযোগ গ্ৰেপ্তাৰ হৈছিল একাধিক ভাৰতীয় অভিনেত্ৰী। এই ৭গৰাকী ভাৰতীয় অভিনেত্ৰীৰ বিৰুদ্ধে দেহ ব্যৱসায়ত জৰিত থকাৰ অভিযোগ।
কেইবাখনো কানাড়া ছবিত অভিনয় কৰিছে যমুনাই। ২০১১ বৰ্ষত ছেক্স ৰেকেটত জৰিত থকাৰ অভিযোগত
তেওঁক গ্ৰেপ্তাৰ কৰে বেংগালুৰুৰ আৰক্ষীয়ে।
চায়ৰা বানু— দাক্ষিণাত্যৰ একাধিক ছবিৰ জনপ্ৰিয় অভিনেত্ৰী চায়ৰা বানু। ২০১০ বৰ্ষত হায়দৰাবাদত এক আৰক্ষীৰ অভিযানত তেওঁক আটক কৰা হয়।
কিন্নেৰা— একাধিক তেলুগু ছবিৰ নায়িকা কিন্নেৰাও দেহ ব্যৱসায়ত জড়িত।
ভূৱনেশ্বৰী— চেন্নাইত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত তেওঁক একাধিক বাৰ গ্ৰেপ্তাৰ কৰা হৈছে।
আইচ আনচাৰি— তামিল নায়িকা তথা আইটেম গার্ল আইচ ২০১১ বৰ্ষৰ পৰা দেহ ব্যৱসায়ত জৰিত।
শ্বেতা বাসু প্রসাদ— ‘মকৰী’ ছবিৰ এই মৰমলগা অভিনেত্ৰীগৰাকীও দেহ ব্যৱসায়ৰ সৈতে জৰিত।
News Source: News18 Assam