Advertisement

Month: December 2020

গুৱাহাটীত বাঘৰ সন্ত্ৰাস

গুৱাহাটীত বাঘৰ সন্ত্ৰাস

গুৱাহাটীত বাঘৰ সন্ত্ৰাস। মহানগৰীৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত ৩জন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। তিনিওজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।

পহিলা জানুৱাৰীৰ পৰা কি কি নিয়ম মানি বিদ্যালয় খুলিব পাৰিব পঢ়ি জানি লওঁক

পহিলা জানুৱাৰীৰ পৰা কি কি নিয়ম মানি বিদ্যালয় খুলিব পাৰিব পঢ়ি জানি লওঁক

ৰাজ্যত ক’ভিড-১৯ৰ বাবে বিগত ৯ মাহ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পহিলা জানুৱাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ব।বিদ্যালয়সমূহ কিদৰে মুকলি কৰিব পৰা যাব,তাৰ বাবে শিক্ষাবিভাগে ইতিমধ্যে জাৰি কৰিছে এছঅ’পি। শিক্ষা

প্ৰাপ্য বিচাৰি ক’ভিড-১৯ চাফাই কর্মীৰ প্ৰতিবাদ:’কথা দি কথা ৰাখক স্বাস্থ্যমন্ত্ৰী’

প্ৰাপ্য বিচাৰি ক’ভিড-১৯ চাফাই কর্মীৰ প্ৰতিবাদ:’কথা দি কথা ৰাখক স্বাস্থ্যমন্ত্ৰী’

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত  প্ৰতিবাদত উত্তাল হ’ল দিছপুৰৰ চচল।।সদৌ অসম ক’ভিড-১৯ চাফাই কর্মী সন্থাই প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে তীব্র প্ৰতিবাদ। ‘হয় আমাক সংস্থাপন দিয়ক, নহয় আমাক গুলীয়াই মাৰক”-স্বাস্থ্য বিভাগৰ