Year: 2020

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিবেশন৷ বহুকেইখন উন্নয়ন পৰিষদৰ বিল সদনত উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ বিভিন্ন বিষয়ত শাসক পক্ষক শ’লঠেকত পেলাবলৈ সাজু বিৰোধী কংগ্ৰেছ-AIUDF।

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা অসমৰ এই দুই জিলাত কোভিড ভেকচিনৰ ড্ৰাই ৰান

আজিৰে পৰা দেশত আৰম্ভ হ’ব কোভিড–১৯ ভেকচিনৰ ড্ৰাই ৰান বা টিকাকৰণৰ অনুশীলন। অসমৰ দুখন জিলাতো আৰম্ভ হ’ব এই ড্ৰাই ৰান। নলবাৰী আৰু শোণিতপুৰ জিলাত চলিব কোভিড ভেকচিনৰ ড্ৰাই ৰান। সোমবাৰ

Driving License: হাতত মাত্ৰ ৪দিন, সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহু কেইটা নিয়ম!

Driving License: হাতত মাত্ৰ ৪দিন, সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহু কেইটা নিয়ম!

জানুৱাৰীৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহুখিনি নিয়ম সলনি হ’ব। বহুকেইখন ৰাজ্যই সিদ্ধান্ত লৈছে যে, লাৰ্নিং লাইচেন্স সহ আৰু কিছু বিষয়ত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশত