Year: 2020

নতুন দল গঠন হোৱা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নতুন দল গঠন হোৱা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী: অসমৰ ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা উচিত। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সকলো ৰাজনৈতিক দল একত্ৰিত হওঁক। নিৰ্বাচনী সভা সকলোবোৰ দলৰ নাম ক’ব লাগিলে কৰবাত ভুল হৈ