Year: 2020

৩০ ছেপ্টেম্বৰত ৰাজ্যজুৰি বাগিচা বন্ধ ঘোষণা “আছা” ৰ

৩০ ছেপ্টেম্বৰত ৰাজ্যজুৰি বাগিচা বন্ধ ঘোষণা “আছা” ৰ

ডিব্ৰুগড়, :  ৰাজ্যখনৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই পূৰ্বনিৰ্ধাৰিত কায্যসূচী অনুসৰি ৰাজ্যজুৰি অহা ৩০ চেপ্তেম্বৰত জইণ্ট একচন কমিটি ফৰ প্লেনটাৰ