Year: 2020

অসমৰ ২ লাখ চাহ শৰামিকক দিব ভূমি পট্টা

অসমৰ ২ লাখ চাহ শৰামিকক দিব ভূমি পট্টা

অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ঘোষণা কৰে যে অসম চৰকাৰে ২লাখ অসমৰ চাহ খেতিয়কক ভূমি পট্টা প্ৰদান কৰিব । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অসম চৰকাৰৰ মন্ত্ৰীজনে