Year: 2020

কলিয়াবৰৰ জখলাবন্ধ আৰু বাগৰি আৰক্ষীৰ বিশেষ সফলতা।  লালি গুৰ সৰবহকাৰী আৰু গাড়ী জব্দ।

কলিয়াবৰৰ জখলাবন্ধ আৰু বাগৰি আৰক্ষীৰ বিশেষ সফলতা। লালি গুৰ সৰবহকাৰী আৰু গাড়ী জব্দ।

সমগ্ৰ ৰাজ্যতে কৰুণা মহামাৰীৰ সংহাৰী ৰূপ চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং বেহা। জানিব পৰা অনুসৰি কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে নিয়মীয়া ভাৱে নাকা তালাচি চলাই থকা অৱস্থাত জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত