Year: 2020

Guwahati Doctor test COVID-19 positive

Guwahati Doctor test COVID-19 positive

GUWAHATI: A doctor in Guwahati tests positive for COVID-19. Dr. Bulen Phukan who works at a private nursing home in the city was found positive on Monday. The doctor has been shifted to the hospital for treatment. The COVID-19 positive doctor lives at Amarawati Road at Christianbasti in Guwahati. Kamrup

মহানগৰীত এজন চিকিৎসকৰ দেহত ক’ৰোনা

মহানগৰীত এজন চিকিৎসকৰ দেহত ক’ৰোনা

৯ জুনঃ মহানগৰীত আন এজন চিকিৎসক আক্ৰান্ত হৈছে ক’ৰোনাত । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাঃ বুলেন ফুকন আক্ৰান্ত হৈছে ক’ৰোনাত । বৰ্তমান চিকিৎসকগৰাকীক মহানগৰীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে । মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী পথত বাস কৰে ফুকনে । উল্লেখ্য যে ডাঃ বুলেন ফুকনৰ দেহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত