Year: 2020

বজাৰত চৱজি বিক্ৰী কৰিবলৈ গৈ সন্ধান হীন হল টংলাৰ সংগীতা ডেকা

বজাৰত চৱজি বিক্ৰী কৰিবলৈ গৈ সন্ধান হীন হল টংলাৰ সংগীতা ডেকা

ওদালগুৰি :মিৰাজুল হুচেইন: ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত মাজগাঁও নিবাসী কৃষক হৰেন ডেকাৰ একমাত্ৰ কণ‍্যা সংগীতা ডেকা(১৩) মঙলবাৰে পুৱাৰে পৰা নিশা ৯ বজালৈ সন্ধানহীন হৈ থকাত টংলাত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। পলাহগড় মজলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সংগীতা ডেকাই ঘৰৰ আৰ্থিক দুৰঅৱস্থাৰ টংলা চহৰকে ধৰি ঘৰৰ আখে-পাখে কেছা চৱজি

দেৱাশিস হত্যা: ফাষ্ট ট্রেক আদালতত হ’ব হত্যাকাৰীৰ বিচাৰ

দেৱাশিস হত্যা: ফাষ্ট ট্রেক আদালতত হ’ব হত্যাকাৰীৰ বিচাৰ

গুৱাহাটী: দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ড্রেক আদালতত হ’ব৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে৷ সাংসদ গগৈয়ে দেৱাশিসৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত বিষয়টোক লৈ আলোচনা কৰাৰ পিছত মুখ্যমন্ত্রীয়ে এই ঘটনাৰ বিচাৰ ফাষ্ট ড্রেক আদালতত

গোলাঘাটৰ ৰূপালী আত্মহত্যা সন্দৰ্ভত   ছহিদুল আলীক গ্রেপ্তাৰ

গোলাঘাটৰ ৰূপালী আত্মহত্যা সন্দৰ্ভত ছহিদুল আলীক গ্রেপ্তাৰ

গুৱাহাটী: বজালী মহকুমা সদৰ পাঠশালাত যোৱা পৰহি নিশা আত্মহত্যা কৰা ছাত্রীগৰাকী লাভ জেহাদৰ বলি হৈ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ আজি পাঠশালা আৰক্ষীয়ে অভিযুক্ত যুৱক ছহিদুল আলীক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে বজালী ভট্টদেৱ বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথা সম্প্রতি পাঠশালা প্রগতি নগৰত পৰিয়ালৰ লোকৰ সৈতে ভাৰাতীয়া হিচাপে বসবাস কৰি