Advertisement

Year: 2020

হেমলট নাথাকিলে, নাপাব পেট্ৰ’ল- ডিজেল

হেমলট নাথাকিলে, নাপাব পেট্ৰ’ল- ডিজেল

কলিকতা আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক পেট্ৰ’ল পাম্পত পেট্ৰ’ল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। ‘হেলমেট নহ’লে, পেট্ৰ’লো নাই’ ব্যৱস্থা দ্বিতীয়বাৰলৈ বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে