Senior Congress leader Ahmed Patel, one of Sonia Gandhi’s closest political advisers, died at a Gurgaon hospital this morning. He was 71. The veteran politician had been at Medanta Hospital since his health worsened after a Covid infection. In a tweet at around 4 am, his son, Faisal Patel, said
Year: 2020
হাইদৰাবাদ নগৰ পালিকাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি আৰু এআইএমআইএম মুখ্য আচাদুদ্দিন ওবেসীৰ মাজত সংঘাট অক্ষুন্ন আছে। তেনে সময়তে ওবেসীয়ে বিজেপিক সাহস আছে যদি চীনা সেনাৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰি দেখুৱাওক বুলি প্ৰসংগ উত্থাপন কৰে। ওবেসীয়ে তেওঁৰ টুইটাৰ যোগে লিখে যে বিজেপিয়ে নিৰ্বাচনৰ জয়ৰ সন্দৰ্ভত হাইদৰাবাদৰ নাগৰিক সকলৰ ওপৰত চাৰ্জিকেল ষ্টাইকৰ
‘বাহুবলী’ৰ ভল্লালদেৱক মনত আছেনে? দুৰ্দান্ত অভিনয় কৰা সেইজন তাৰকাক কাৰো পক্ষে পাহৰা সম্ভৱ নহয়। সেই চেহেৰা, সেই পেশীবহুল শৰীৰ, সেই কঠিন মুখাৱয়ব…স্ক্ৰীণত দেখিয়ে মানুহে ভয় খাই যোৱা পৰিস্থিতি। সেই ভল্লালদেৱৰ হাড় শুকাই চেহেৰা দেখি উদ্বিগ্ন হৈছিল অনুৰাগীসকল। শুকাই–খিনাই কাঠহেন পৰিছে তেওঁ। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কেতিয়াও তেওঁ জনোৱা নাছিল।
কলাক্ষেত্ৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পুৱা ১০.২৫বজাত নেতাগৰাকী উপস্থিত হয় কলাক্ষেত্ৰত। গগৈৰ নশ্বৰ দেহত প্ৰণাম জনাই জনালে শেষ শ্ৰদ্ধা। উল্লেখ্য যে, তৰুণ গগৈৰ মৃত্যুৰ লগে লগে এগৰাকী শিক্ষক হেৰুৱালো বুলি টুইট কৰিছিল ৰাহুল গান্ধীয়ে। শ্ৰদ্ধা জনাই দুঘন্টা সময়ৰ পাছতে পুনৰ উভতি যাবগৈ ৰাহুল গান্ধী।
“মাজে মাজে মোক দম দিয়ে। তেওঁৰ দমটো আকৌ ভাল লাগে। অসমত প্ৰথম মানুহ তেওঁ চাগে, যিয়ে দম দিলেও ভাল লাগে।”– সোমবাৰে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে কটোৱা দিনবোৰৰ কথা সুঁৱৰি এইদৰে আৱেগিক মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। শিল্পীগৰাকীয়ে লগতে কয়- ‘মই তেওঁক সদায় ছাৰ বুলিয়ে মাতিছিলোঁ। মোৰ কিবা