শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনি।আজি গুৱাহাটীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে একাংশ সমৰ্থকে দিলে দেশদ্ৰোহিতাৰ পৰিচয়। তাৰ পাছতে বিমান বন্দৰত সৃষ্টি হয় হূলস্থুলীয়া পৰিৱেশৰ। এই ঘটনাক লৈ এতিয়া বৰাক উপত্যকাৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাৰিদিনৰ বাবে শিলচৰ ভ্ৰমণলৈ গৈছে
Year: 2020
With his re-election chances fading as more votes are counted in a handful of battleground states, US President Donald Trump launched an extraordinary assault on the country’s democratic process from the White House on Thursday, falsely claiming the election was being “stolen” from him. Offering no evidence, Trump lambasted election workers and alleged fraud
কোৰোনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ ফলত বিভিন্ন দেশে ইতিমধ্যে পুনৰ লকডাউন ঘোষনা কৰিছে । ইউৰোপৰ দেশ সমূহত কোৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱাৰ লগে লগে লকডাউনৰ লগতে অন্যান্য নীতি নিয়মৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে । শেহতীয়াকৈ ইংলেণ্ডৰ পিছত গ্ৰীচত লকডাউন ঘোষনা কৰা হৈছে । গ্ৰীচৰ প্ৰধানমন্ত্ৰী কুৰিয়াকোছ মিটছোটাকিছে দেশত পুনৰ লকডাউন
নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত চোৰাং সোন জব্দ এগৰাকী যাত্ৰীৰ পৰা জব্দ চোৰাং সোন খিনি । চকলেটৰ বাকচত চোৰাং ভাবে লৈ আহিছিল সোন । জব্দ কৰা সোনৰ ওজন হৈছে ৫৩১.২০ গ্ৰাম সোন খিনিৰ আনুমানিক মুল্য ২৭,৬২,২৪০ টকা সোন কঢ়িয়াই অনা যাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
Facebook Inc.’s WhatsApp messaging platform on Thursday got the much-awaited approval to enter the digital payments market from National Payments Corp. of India (NPCI), which also capped the transaction volume clocked by a company to 30% of overall payments on the Unified Payments Infrastructure (UPI) platform. NPCI, which operates the