প্রচলন বন্ধ হ’ব পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোটৰ৷ ভাৰতীয় ৰিজার্ভ বেংকে এই পুৰণি ১০০, ১০ আৰু ৫ টকীয়া নোট অহা মার্চ অথবা এপ্রিল মাহৰ ভিতৰত প্রচলন বন্ধ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ ৰিজার্ভ বেংকৰ সহকাৰী মহাপ্রবন্ধক (এ জি এম) বি মহেশে এই কথা ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷ এ জি এম
Month: January 2021
কালি জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পিছত আজি কোকৰাঝাৰত উপস্থিত হয় বিজেপিৰ আনগৰাকী শীৰ্ষ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ। ভীষণ কুঁৱলীৰ হেলিকপ্টাৰৰ অৱতৰণত অসুবিধা থকা বাবে মন্ত্ৰীগৰাকী নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত। জনগণৰ বিপুল আদৰণিৰ মাজেৰে মঞ্চলৈ আগবঢ়াই অনা অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি অসম ভ্রমণৰ সময়ছোৱাত দিয়া ভাষণৰ তীব্র সমালোচনা কৰিছে বিৰোধী দল কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই তীব্র সমালোচনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্রমোদীয়ে আজি ভাষণত ড০ ভূপেন হাজৰিকাৰ অ’ মোৰ ধৰিত্রী আই, চৰণতে দিয়া ঠাই, খেতিয়কৰ নিস্তাৰ নাই গীতটো গাইছে৷ কিন্তু মোদী চৰকাৰেই খেতিয়কৰ নিস্তাৰ নোহোৱা
আজিৰ পৰা চাৰিদিনীয়া বর্ণিল কার্যসূচীৰে উদযাপন কৰা হ’ব বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তি৷ বি টি আৰৰ সদৰ কোকৰাঝাৰত আৰম্ভ হৈ ওদালগুৰিত সামৰণি পৰিবলগীয়া উক্ত চাৰিদিনীয়া কার্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিব ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে৷ ইতিমধ্যে বি টি আৰ প্রশাসনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰিবলৈ সকলো দিশৰ পৰাই সাজু
Indore: Indore Police on Friday arrested two youths for allegedly kidnapping and gang-raping a minor girl. Police also arrested two drug suppliers including a woman and seized drugs from their possession. Rajesh Raghuvanshi, Additional SP Indore (East) told ANI that Indore Police sent some minor boys and girls to a