Month: January 2021

ৰাজ্যজুৰি উদযাপিত হৈছে হেঁপাহৰ ভোগালী…

ৰাজ্যজুৰি উদযাপিত হৈছে হেঁপাহৰ ভোগালী…

আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে ৰাজ্যবাসীয়ে। বটদ্ৰৱাতো আজি অসমীয়া জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথাসত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বটদ্ৰৱাৰ শলগুৰি সত্রৰ ৰাইজে দৌল মন্দিৰৰ সমীপত আৰু নৰোৱা সত্রৰ ৰাইজে

পৰেশ বৰুৱাক আলোচনালৈ অনাৰ চেষ্টা এজন লোকসভাৰ সাংসদৰ, অতি গোপনে চলাইছে প্ৰচেষ্টা !

পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে এজন সাংসদে ৷ আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷ এজন লোকসভাৰ সাংসদে অতি গোপনে চলাইছে এই প্ৰচেষ্টা ৷ আলফা স্বাধীনক আলোচনাৰ মেজলৈ আনিবলৈ গ্ৰহণ কৰা উদ্যোগত সাংসদজনে সহায় লৈছে বাংলাদেশ ফেৰৎ এজন আলফা নেতাৰ ৷ এইক্ষেত্ৰত ইতিমধ্যে বাংলাদেশ

COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

COVID: ১৬ জানুৱাৰীৰ পৰা অসমত প্ৰদান কৰা হ’ব ভেকচিন

গুৱাহাটীঃ শনিবাৰৰ পৰা (১৬ জানুৱাৰী) অসমত আৰম্ভ হ’ব কোভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত দিনা আনুষ্ঠানিকভাৱে ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত মজুত কৰি ৰখা হৈছে দুই লক্ষাধিক কোভিড ভেকচিন। ইয়াৰে একাংশ প্ৰতিষেধক আজি লৈ যোৱা হ’ব বৰাক উপত্যকাৰ শিলচৰলৈ। অতি শীতলীকৰণ অৱস্থাত

PM Modi, HM Shah extend Bhogali Bihu greetings to Assam

PM Modi, HM Shah extend Bhogali Bihu greetings to Assam

GUWAHATI: Prime minister Narendra Modi and union home minister Amit Shah conveyed Bhogali Bihu greetings to the people of Assam on Thursday. Taking to Twitter, PM Modi wrote, “Magh Bihu wishes to everyone. May the coming times be filled with happiness. With the blessings of Almighty may there be brotherhood

CM Sonowal celebrates Magh Bihu at Dibrugarh

CM Sonowal celebrates Magh Bihu at Dibrugarh

GUWAHATI: Assam chief minister Sarbananda Sonowal on Thursday morning celebrated Magh Bihu, the harvest festival of the state at his home town—Dibrugarh. Observing the tradition, Sonowal lit the Meji, a thatch-and-bamboo structure which is consigned to flames early morning on the Bihu day as homage to Agni, the fire god.