Month: March 2021

Assam polls: Campaigning for second phase to end today

Assam polls: Campaigning for second phase to end today

   Campaigning for the second phase of Assam assembly polls will end on Tuesday evening. The second phase poll is scheduled to take place on April 1. This phase will see polling on 39 seats. As many as 345 candidates are in the fray in the second phase, including 26

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল !

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল !

গুৱাহাটী: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেট খুলি মাচুল সংগ্ৰহ কৰাক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্টি অব্যাহত থকাৰ মাজতে পুনৰ জনতাৰ ওপৰত মাধমাৰ শোধাবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ! ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা এক তথ্যত অহা এক এপ্ৰিলৰ পৰা  টোলগেটত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তত গাড়ী চালকৰ লগতে  সচেতন ৰাইজৰ মাজত