Month: March 2021

নিশা ঘৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণ, গোৱালপাৰাত নিহত যুৱক

নিশা ঘৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণ, গোৱালপাৰাত নিহত যুৱক

গোৱালপাৰাত বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ আক্ৰমণত মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ফটৰীপাৰাৰ উৰাংপাৰা গাঁৱৰ এগৰাকী যুৱক নিহত হয়। বন্যহস্তীয়ে লগতে লণ্ডভণ্ড কৰে এটি পৰিয়ালৰ বাসগৃহ ৷ হাতীৰ আক্ৰমণত নিহত যুৱকজনৰ নাম