Month: April 2021

Two earthquakes hit Assam’s Sonitpur

Two earthquakes hit Assam’s Sonitpur

Sonitpur: Two earthquakes of magnitudes 3.5 and 3.2 on the Richter scale occurred in Assam’s Sonitpur on Friday, said the National Centre for Seismology (NCS). According to the NCS, a magnitude 3.5 earthquake hit Sonitpur in Assam at 4:49 pm. Another earthquake of magnitude 3.2 hit Sonitpur in Assam at

সমাজ কল্যাণ সঞ্চালকৰ কার্যালয়ত বিক্ষোভ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ

সমাজ কল্যাণ সঞ্চালকৰ কার্যালয়ত বিক্ষোভ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ

দীনদয়াল দিব্যাংগ পেন্সন আঁচনিৰ পৰা বঞ্চিত প্রতিবন্ধীয়ে বুধবাৰে প্রাপ্য বিচাৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয় কার্যালয়ৰ মুখ্য প্রৱেশদ্বাৰত প্রতিবন্ধী সুৰক্ষা সংস্থা অসমৰ উদ্যোগত ৰূপায়ণ কৰা প্রতিবাদী কার্যসূচীত সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়– ৰাজ্য চৰকাৰৰ পৰা মাহেকত পাবলগীয়া ১,০০০ টকাটোৰ বাবে আমি প্রতিবাৰে আন্দোলন কৰিবলগীয়া হয়৷ বিভিন্ন

দুৰ্ভগীয়া চুমিলা ৰংহাপীৰ বাসগৃহত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰতিনিধি; পৰিয়ালক ১ লাখ টকাৰ সাহাৰ্য

দুৰ্ভগীয়া চুমিলা ৰংহাপীৰ বাসগৃহত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰতিনিধি; পৰিয়ালক ১ লাখ টকাৰ সাহাৰ্য

সমগ্ৰ দেশজুৰি হৃদয় কঁপোৱা বাৰ বছৰীয়া বনকৰা কিশোৰী চুমীলা ৰংহাংপীৰ অগ্নিদগ্ধহৈ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিল তাৰিখে নগাঁও জিলাৰ ৰহাৰ খাইগড়ৰৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰৰ পাছফালে অগ্নিদগ্ধহৈ ১২ বছৰীয়া কিশোৰী চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুৰ পাছত সৰব হৈ উঠিছে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

বিবাহৰ ৯ দিনতে ক’ৰোনাই প্রাণ কাঢ়িলে নগাঁৱৰ ন–বোৱাৰীৰ

ৰাজ্যত দ্রুতগতিত ক’ৰোনা সংক্রমণ বৃদ্ধি পাই আছে৷ বুধবাৰে পুনৰ ৩,০৪৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৫.৪৯ শতাংশ৷ উল্লেখ্য যে বুধবাৰে সমগ্র ৰাজ্যত ৫৫,৪৮০জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল৷ এইসকলৰ ভিতৰত ৩,০৪৫জন পজিটিভ চিনাক্ত হয়৷ আক্রান্তসকলৰ ১,২০৬জন কামৰূপ মহানগৰ জিলাৰ, ২২৯জন ডিব্রুগড় জিলাৰ, ২২৫জন কামৰূপ জিলাৰ আৰু ১২৫জন নগাঁও