Month: April 2021

শিল্পীসকলক কি আহ্বান জনালে সোণোৱালে?

শিল্পীসকলক কি আহ্বান জনালে সোণোৱালে?

ক’ভিডৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি ৰাইজ তথা শিল্পীসকলক বিহু উদযাপন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শৃংখলাবদ্ধতাৰে আৰু নিখুঁতভাৱে নীতি-নিয়ম পালন কৰি বিহুৰ আনন্দ উপভোগ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। “বিহু উদযাপ কৰক, কিন্তু তাত শৃংখলাবদ্ধতা অটুত থাকিব লাগিব। আমাৰ নীতি-নিৰ্দেশনা নিখুঁতভাৱে পালন

বিহুত কোন শিল্পীয়ে ভংগ কৰিলে চৰকাৰৰ ‘SOP’?

বিহুত কোন শিল্পীয়ে ভংগ কৰিলে চৰকাৰৰ ‘SOP’?

ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিহু অনুষ্ঠানৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। চৰকাৰৰ ‘SOP’ অনুসৰি নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে চৰকাৰৰ নিয়ম মানি বঙাইগাঁও চহৰৰ গান্ধী ময়দানত নিশা ১১ বজাৰ পূৰ্বে মঞ্চ ত্যাগ কৰে। ৮.৪৫ বজাৰ পৰা ১০.৫৯লৈকে গীত পৰিৱেশন কৰি হাজাৰ