GUWAHATI: Assam CM-designate Dr Himanta Biswa Sarma has expressed his gratitude to prime minister Narendra Modi for keeping faith in him. Taking to Twitter, Dr Sarma writes, “How enormously blessed I feel Hon PM Sri @narendramodi for your faith in me. This is the biggest day in my life, and
Month: May 2021
গুৱাহাটী: সকলো উৎকণ্ঠাৰ অৱসান ঘটিল। বিজেপিৰ নৱনির্বাচিত ৬০ বিধায়কে আজি বাছনি কৰিলে অসমৰ নতুন মুখ্যমন্ত্রী৷ আজি বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে আৰু সেই প্ৰস্তাৱক সমৰ্থন কৰে ৰঞ্জিত দাস আৰু নন্দিতা গাৰ্লোছাই।
NEDA convenor and BJP strongman in Northeast Dr Himanta Biswa Sarma is going to be the next chief minister of Assam. The decision was taken at BJP legislature party meeting at Assam assembly campus on Sunday. Outgoing CM Sarbananda Sonowal proposed Dr Sarma’s name as next chief minister of the
গুৱাহাটী: বিধানসভাৰ সভাকক্ষত অনুষ্ঠিত হ’ব বিধায়িনি দলৰ বৈঠক। এঘন্টাৰ পিছতে অন্ত পৰিব সকলো উৎকন্ঠাৰ। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিধানসভাত উপস্থিত বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা। উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত
সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷ অসমতো ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰা হৈছে৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনত মুঠ ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে গঢ়ি তোলা হৈছে৷ ফলত ক’ভিড আক্রান্তসকলে