কুমাৰীকাটাৰ চেচাপানীত ড্ৰাগছসহ চাৰি অপৰাধী আৰক্ষীৰ জালত

0 min read

কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ চাৰি অপৰাধী আৰক্ষীৰ জালত

আৰক্ষীয়ে চাৰি যুৱকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ,হেৰোইন,ড্ৰাগছ ভৰ্তি কোন্টেইনাৰ, মোবাইল ফোন পাঁচটা এখন চাৰি চকীয়া বিলাসী বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে থুলুংগা বসুমতাৰী,মানাস প্ৰতীম চৈতেন্দ্ৰ,ম:আলিউদ্দিন ৰহমান আৰু সঞ্জয় বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে

বিজেপি নেতা ৰনঞ্জাং খুংগুৰ বসুমতাৰী ওৰফে ৰাম দাসৰ পুত্ৰ ধৃত থুলুংগা বসুমতাৰী

ৰনজাং খুংগুৰ বসুমতাৰী বিধান সভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা বিপিএফৰ পৰা টিকট লাভ কৰি বিজেপিত যোগদান কৰিছিল

বাক্সাৰ শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰন বশ্যৰ নেতৃত্বত এই বৃহৎ সাফল্য

অধিক তথ্যৰ বাবে চাৰিও জনকে শিমলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে

You May Also Like

More From Author