Month: June 2021

Assam Police launches initiatives to tackle cybercrime

Assam Police launches initiatives to tackle cybercrime

The Assam Police on Monday rolled out three initiatives that will strengthen its capabilities in handling cybercrime, including financial cyber frauds, and ensuring speedy delivery of services to the people. Director-General of Assam Police Bhaskar Jyoti Mahanta inaugurated the Cyber Forensic Lab cum Training Centre, while also launching the Citizen

তামুলপুৰ: ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ

তামুলপুৰ: ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ

তামুলপুৰত জঘন্য ঘটনা। ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ। আৰক্ষীৰ জালত লম্পট ব্ৰজেন কলিতা। কনমানিটোক যোৱা ২৫ জুনতেই ধৰ্ষণ কৰিছিল পশ্চিম ঝাৰগাঁও নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে। দেওঁবাৰে শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাত লোক জনৰ জঘন্য কাণ্ড পোহৰলৈ আহে।

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি ।