যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলা খনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে। নগা পাহাৰৰ অসংখ্য সৰু বৰ জান জুৰিৰ পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈখন অতীতৰ পৰাই কেৱল মৰিয়নীয়ে নহয়, সমগ্ৰ যোৰহাটৰে হৃদস্পন্দন স্বৰূপ। কিন্ত ভোগদৈ নদীৰ পানী যোৱা কিছু দিনৰ
Month: June 2021
As speculations rife over conducting board exams in Assam, Chief Minister Himanta Biswa Sarma on Thursday said that the state board examinations for classes 10 and 12 will be held from July 15, if the COVID-19 positivity rate goes below two percent. “The schedule for the examinations will be announced within the
Assam’s pride Lovlina Borgohain becomes the first female pugilist from the state to qualify for the Tokyo Olympics. The young athlete Lovlina would be seen fighting it out in the Women’s 69kg Welterweight category at the 2020 Tokyo Olympics. Notably, she is the first woman from Assam to represent India at the Olympics.
সমগ্ৰ ৰাজ্যত ড্ৰাগছ, সুৰা, নিচাজাতীয় সামগ্ৰী বিৰোধী অভিজান চলি থকা সময়তে আজি নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা নেতৃত্ব যোৱা এটা বৃহৎ দলে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ ৰেল ষ্টেচনৰ কাষৰ ৬নং বাগান লাইনৰ প্ৰভাত সোনাৰ নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা প্ৰায় ২.৪ কি:গ্ৰাম গাঞ্জা জব্দ কৰে।
COVID পৰিস্থিতিৰ ফলত বিদ্যালয় সমুহ বন্ধ হৈ পৰাত ঘৰতে অনুশীলন কৰি ডিব্ৰুগড়ৰ এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১। সম্প্ৰতি বন্ধ হৈ আছে বিদ্যালয়। বন্ধৰ মাজতে ঘৰতে থাকি ডিব্ৰুগড়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ১০ বছৰীয়া কণমানি ছাত্ৰীয়ে কঢিয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ। ডিব্ৰুগড় বৈৰাগী মঠৰ নিবাসী