Month: June 2021

Dalmia Cement plants 6000 saplings on World Environment Day in Assam

Dalmia Cement plants 6000 saplings on World Environment Day in Assam

Guwahati, June 5, 2021: Observing World Environment Day, Dalmia Cement (Bharat) Ltd., a leading Indian cement major and subsidiary of Dalmia Bharat Limited, planted 1000 saplings along Paliguri- Baghjap Road in Assam today. The plantation drive led by GCW Unit Head Mr. Uday Singh Rajput, in coordination with Dalmia Bharat Foundation

দ্য ৰাইট চাৰ্কলঃ প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত অভিনেতা কবীৰ বেদীৰ সৈতে আলোচনা

দ্য ৰাইট চাৰ্কলঃ প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত অভিনেতা কবীৰ বেদীৰ সৈতে আলোচনা

গুৱাহাটী, জুন- ২০২১: প্ৰভা খয়তান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰাইট চাৰ্কলৰ অধীনত আজি গুৱাহাটীত আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা তথা লেখক কবীৰ বেদীৰ তেওঁৰ আত্মজীৱনী ‘ষ্টৰীজ আই মাষ্ট টেল: দ্য ইমোশ্যনেল লাইফ অফ এক্টৰ’ৰ ওপৰত এক গভীৰ আলোকপাতমূলক আলোচনা অনুষ্ঠিত কৰা হয়। এই আলোচনাত অংশ গ্ৰহণ কৰে অভিনেতা-লেখক কবীৰ বেদীয়ে। প্ৰভা

৭ জুনৰ পৰা মেঘালয়ত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা

৭ জুনৰ পৰা মেঘালয়ত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা

ক’ৰ’না প্ৰতিৰোধৰ বাবে মেঘালয়ত  এসপ্তাহৰ সম্পূৰ্ণ লক্‌ডাউন ঘোষণা। অহা ৭জুনৰ পুৱা ৫ বজাৰ পৰা ১৪জুনৰ পুৱা ৫ বজা পৰ্যন্ত বাহাল থাকিব লক্‌ডাউন। উল্লেখ্য, পূৰ্বতে ৰাজ্যখনৰ কেৱল পাঁচখন জিলাত ঘোষণা কৰা হৈছিল লক্‌ডাউন। গুৰুত্বপূৰ্ণ কথা যে, লক্‌ডাউনৰ সময়চোৱাত ৰাজ্যখনত ৰাজনৈতিক, ৰাজহুৱা, সামাজিক আৰু ধৰ্মীয়  সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। ইয়াৰোপৰি, বৈঠক, সভা

উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাকলৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ইংগিত, পঢ়ি জানি লওক

উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাকলৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ইংগিত, পঢ়ি জানি লওক

‘ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ তথা স্বভাৱিক হ’লেই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ। পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগ সষ্টম হৈ আছে’- এই গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। ছেবাৰ কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয়-ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। পৰীক্ষা বাতিল