বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্য বাসীলৈ এক ভাল খবৰ। বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ১১ টা ৰুদ্ৰাক্ষ গছৰ পুলি ৰোপণ কৰি দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলা প্ৰক্ৰিয়া চলি থকাৰ কথা ঘোষণা কৰে। লগতে
Month: June 2021
Meghalaya joined the rest of the globe in observing World Environment Day virtually throughout the state via video conferencing. Addressing the virtual gathering, Chief Minister Conrad K. Sangma said that all need to accept that climate change is happening and it will affect everyone. He added that the adaptation to
আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ আমচৈ অঞ্চল বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । বেলতলা আঞ্চলিক যুৱক সংঘৰ সভাপতি প্ৰণৱ ৰাভাই জনোৱা অনুসৰি সংঘই নিজাববীয়াকৈ বেলতলাত এশজোপা নাহৰ গছ গাঁৱখনৰ পথৰ কাষত ৰোপণ কৰাৰ উপৰি গছবোৰ ৰক্ষণাবেক্ষণ বেৰ দিয়াৰো ব্যৱস্থা কৰে । বেলতলা আঞ্চলিক
ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–বিদেশী অবৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নির্দেশৰ ভিত্তিত কালি নিশা আৰু আজি গুৱাহাটী সদৰৰ আবকাৰী চক্রই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক
আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অসমৰ দ্বাৰা পুৱাই স্কেটাৰসকলৰ দ্বাৰা