কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে

0 min read

বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷

আজি সর্বানন্দ সোণাৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷

দায়িত্ব লোৱাৰ দিনা সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

You May Also Like

More From Author