fbpx

Month: August 2021

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান ,বৃহৎ পৰিমাণৰ গাজা জব্দ,এজনক আটক

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান । ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ। মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত অভিযান চলাই…

এমাহত ১২১ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত কেইবাশ কোটি টকাৰ…

উপনিৰ্বাচনৰ পূৰ্বে পুনৰ লাইম লাইটত লুৰীণ জ্যোতি গগৈ

উপ নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদেও তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত অসম জাতীয়…

বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আদিবাসী ছাত্ৰ সন্থাৰ

‘‘বিজেপি (BJP) চৰকাৰে আদিবাসী সমাজখনৰ আৰ্থ সামাজিক উন্নয়ন যদি সঁচাকৈয়ে বিচাৰিছে তেন্তে আদিবাসী সকলক জনজাতিকৰণ (tribalism) কৰক ৷’’ এই দাবী…

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে…

error: Content is protected !!