Month: August 2021

তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক…

তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক…

ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা । হাউলীৰ সমীপৰ তথা বাক্সা জিলাৰ কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণৰ ঘটনা ৷ তামোল বিচাৰি যোৱাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ কাউৰপাৰা গাঁৱৰ ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ ৰফিকুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে

মাজবাটত ‘আছা’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মাজবাটত ‘আছা’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছাই ৯আগষ্টত মাজবাটত  ২৫ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। মাজবাট আঞ্চলিক  আছাৰ উদ্যোগত অনুষ্ঠিত কৰা এই  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা  ‘আছাৰ, পতাকা উত্তোলন কৰে সভাপতি  শিব লাল পালিকাই । সম্পাদক গোলাপ গোড়ে শ্বহীদ সকলৰ স্মৃতিত বন্তি জ্বলাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ

নদুৱাৰত আন্তৰ্জাতিক আদিবাসী দিৱস পালন

নদুৱাৰত আন্তৰ্জাতিক আদিবাসী দিৱস পালন

সমগ্ৰ পৃথিৱীতে ৯ আগষ্ট দিনটোত আন্তর্জাতিক আদিবাসী দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰাৰ দৰে নদুৱাৰতো চাহ জনগোষ্ঠীৰ আদিবাসী সকলে আন্তৰ্জাতিক আদিবাসী দিৱস পালন কৰে । বিগত বৰ্ষত নদুৱাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত ৯ আগষ্টৰ দিনটোত আদিবাসী জনগোষ্ঠীটোৰ দল,সংগঠনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে যদিও সম্প্ৰ্তি ক’ভিড সৃষ্ট পৰিস্থিতিত