Advertisement

Month: August 2021

সমস্যা বহুত এতিয়াও হোৱা নাই সমাধান: দিবা নৈশ বাছ চালকৰ সমিতি গঠন

সমস্যা বহুত এতিয়াও হোৱা নাই সমাধান: দিবা নৈশ বাছ চালকৰ সমিতি গঠন

সদৌ অসম বেচৰকাৰী নৈশ বাছ চালক সকলে গুৱাহাটীৰ ISBTত এখন সবল কমিটি গঠন কৰে। সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা নামেৰে বাছ চালক সকলে এটা সংগঠনৰ জন্ম দিয়ে।