Nandy Sisters- Antara and Ankita Nandy recently shared an Acapella version of the song ‘Manike Mage Hithe’ while strumming with their usual ukuleles. View this post on Instagram A post shared by Antara Nandy (@antara_nandy) The duo paired the song with ‘Rowdy Baby’ – popular song from
Month: September 2021
গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Professor (8), Associate Professor (16) আৰ Assistant Professor (14) Professorৰ ৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Anthropology (1), Sanskrit (1), Physics (2), Zoology (1),
বিটিআৰত নতুনকৈ আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিয়া সশস্ত্ৰ সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ এল বি (ULB)ৰ 10 গৰাকীকৈ কেডাৰক আটক ৷ বিগত 48 ঘন্টাত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু চিআৰপিএফে পৃথকে পৃথকে যৌথ অভিযান চলাই ইউ এল বিৰ কেডাৰ কেইজনক আটক কৰিছে ৷
অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ’ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী । নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।
দৰঙ জিলাত অসম চৰকাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্প গৰুখুটিত বৃহস্পতিবাৰে চলা উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ ৷ গৰুখুটিত সংঘটিত হোৱা ঘটনাটো স্পৰ্শকাতৰ হৈ পৰাৰ পাছতে বৰপেটা জিলা প্ৰশাসনে