ভাৰতীয় চাহ বোৰ্ডে অহা ২৬ ছেপ্টেম্বৰত কলিকতাৰ চাহ কেন্দ্ৰৰ অন্তৰ্গত সমগ্ৰ চাহ বাগিচা সমূহত “আজাদি কি অমৃত মহোৎসৱ”, কাৰ্যসূচী উদযাপন কৰিব । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি ইতিমধ্যে সকলো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ সময়তে এই চাহ বাগিচা সমূহৰ ভিতৰত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে
Month: September 2021
ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা–চর্চা কৰিব৷ বর্তমান যিহেতু নিশা ৯ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়, সেয়ে নিশা আঠ বজাৰ
বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনখন দেওবাৰে বাক্সাৰ মথনগুৰীৰ খাতালপাৰাত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰাৰ লগতে দুজনকৈ বিজেপি নেতাক প্ৰহাৰ কৰা ঘটনা সম্পৰ্কত সোমবাৰে খাতালপাৰা গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰে এখন বিশেষ সংবাদমেল ৷ বেন্নীবাৰীস্থিত বড়োলেণ্ড গেষ্ট হাউচত অনুষ্ঠিত কৰা সংবাদমেলত গাঁওখনৰ চৰকাৰী গাঁওবুঢ়াৰ লগতে দিপুল দাসে সাংবাদিকক সম্বোধন
Prabrajan Virodhi Manch, Convenor Upamanyu Hazarika on Monday speaking about the eviction operation in Sipajhar termed the government’s statement a lie. “The undertaking of eviction operations in the 77,420 bighas encroached area in Sipajhar today, by the government proves that the earlier statement made on the floor of the
বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান আৰক্ষী পহৰা চকীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। লাহৰিজান পহৰা আৰক্ষী চকীৰ এচ আই লুটফুৰ ৰহমানৰ নেতৃত্বত চলা আৰক্ষীৰ তালাচীত জব্দ উক্ত ড্ৰাগছ সমুহ মনিপুৰৰ পঞ্জীয়ন থকা এখন বলেৰ’ ত উদ্ধাৰ হৈছে ড্ৰাগছ সমুহ। বলেৰ’খনৰ নম্বৰ MN-01AK-4789 মনিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বলেৰখন 30 টা চাবোনৰ বাকচত