Month: September 2021

মঙলদৈ চহৰৰ নাতিদুৰৈত ভয়াবহ পথ দূৰ্ঘটনা

মঙলদৈ চহৰৰ নাতিদুৰৈত ভয়াবহ পথ দূৰ্ঘটনা

মঙলদৈ চহৰৰ নাতিদুৰৈত ভয়াবহ পথ দূৰ্ঘটনা | চহৰ খনৰ কেৰিমেৰি চ’কত হয় এই দুৰ্ঘটনা | এখন ট্ৰাক আৰু অটোৰ মাজত হয় মুখামুখি সংঘৰ্ষ। থিতাতে নিহত মাটিৰ চাকি কঢ়িয়াই লৈ যোৱা জয়ন্ত কুমাৰ নামৰ যুৱক জনৰ । গুৰুতৰভাৱে আহত চালক কুসুম ডেকা। দেওমৰনৈ কুমাৰপাৰাৰ পৰা জয়ন্ত কুমাৰে খাৰুপেটীয়ালৈ কেবা বস্তা মাটিৰ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

 অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি শনিবাৰে নিশা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত এক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছৰ বিধায়িনী দলে । কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়কৰ দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অধ্যক্ষৰ ওচৰত

Ruby Bordoloi launches book on Fashion and Lifestyle.

Ruby Bordoloi launches book on Fashion and Lifestyle.

Debut author Mrs Ruby Bordoloi has launched her first book dedicated to fashion and lifestyle industry at Hotel Lily on 26th of September. This book is the first fashion related book from entire Northeast India. The book titled as “Fashion: Another Dimension of Beauty” is an exemplary of how the

গৰুখুটিত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ময়নুলক : আব্দুল খালেক

গৰুখুটিত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ময়নুলক : আব্দুল খালেক

দৰঙৰ গৰুখুটিৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ সম্পৰ্কে বৰপেটাৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকৰ প্ৰতিক্ৰিয়া । পৰিকল্পিত ভাৱে মইনুল নামৰ প্ৰতিবাদকাৰীক হত্যাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । সাংসদ খালেকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মইনুল নামৰ প্ৰতিবাদকাৰী জনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল । যি ঠাইত প্ৰতিবাদ হৈছিল, সেই ঠাইত