Advertisement

Month: October 2021

বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

দেওবাৰে বাক্সা জিলাৰ ২৪ নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভালুকদঙা গাঁৱত ইউপিপিএল এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উক্তসভাত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বহু আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰে ৷ এই