ৰবিউল ইছলাম, ভক্তৰডবা
আজি দুপৰীয়া ৩ বজাত ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ সৰ্থেবাৰীৰ গোমুৰাৰ কুমুদ মেধিৰ জীয়ৰী প্ৰিয়ংকা মেধী |
লগে লগে সৰ্থেবাৰী ৩০খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসাল লৈ যোৱা হয় যদিও ডক্তৰে মৃত বুলি ঘোষনা কৰে |
ইতিমধ্যে সৰ্থেবাৰীৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু মৃত প্ৰিয়ংকা মেধিক সৰ্থেবাৰী থানালৈ লৈ যায় |
জানিব পৰা মতে অহাকালি পুৱাৰ ভাগত বৰপেটাৰ মেডিকেলৰ মৰ্গলৈ প্ৰেৰন কৰিব
মৃত্যুৰ কাৰন এতিয়াও ৰহস্যৰ আৰত আছে |