Advertisement

Month: November 2021

কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

 দক্ষিণ শালমাৰা মানকাচাৰ  জিলাখনৰ মানকাচৰ, সুখচৰ, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানা এলেকাত চলি আছে জুৱা। খাৰুৱাবান্ধা আৰু কালাপানী আৰক্ষী চকী এলেকাতো চলি আছে জুৱা। বিজেপিৰ কিষাণ মৰ্চাৰ অভিযোগৰ পাছত কালাপানী