অসমীয়া–বড়ো সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০২০ চনৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হ’ল বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শর্মা আৰু ড০ কামেশ্বৰ ব্রহ্ম৷ ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীর্ষক অসমীয়া ভাষাত অনূদিত গ্রন্থখনৰ বাবে এই সন্মান অর্জন কৰিলে বিশিষ্ট লেখকগৰাকীয়ে৷ শ্রীৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ
Year: 2021
ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা ক্ৰিড়া সংগঠক নিলয় দত্তৰ পৰলোকপ্ৰাপ্তি। শনিবাৰে নিশা কৰ্নাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ অধিবক্তাগৰাকীৰ। যোৱানিশা বাংগালুৰুৰ পৰা পত্নীসহ নিলয় দত্ত কুৰ্গলৈ গৈছিল বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ। বিবাহ বাৰ্ষিকীৰ অনুষ্ঠানৰ পাছতেই নিশা প্ৰায় ২ বজাত আকস্মিক মৃত্যু ঘটে নিলয় দত্তৰ। মৃত্যুৰ সময়ত তেওঁৰ সৈতে আছিল
অহা ১ অক্টোবৰৰ পৰা চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা সময়সূচী অনুসৰি অহা ১১ নৱেম্বৰত এই বিশেষ পৰীক্ষাৰ সামৰণি পৰিব৷ উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত
Assam Education Minister Ranoj Pegu on Thursday issued a Standard Operation Procedure (SOP) notice for the educational institutions in the state where it has been mentioned that classes for the 10th standard will resume their physical classes from tomorrow, i.e, Monday, September 20. Starting tomorrow, the classes will start for
• Mulmina®,made of a natural refreshing blend of immune nutrients like fruit, herbs and with essential vitamins and minerals,has shown positive results in boosting children’simmunity, shows Indian clinical study • Mulmina® is the only scientifically proven ready to drink immune booster, anti-oxidant drink in a tetra pack Guwahati, September 2021: