বাগিছাৰ সহকাৰী পৰিচালকে বাংলোত কাম কৰিবলৈ নি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে বৃহস্পতিবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ টাওকাক চাহ বাগিচাৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি নিজৰ বাংলোত কাম কৰিবলৈ নিয়োগ কৰি
Year: 2021
গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । হত্যাকাণ্ডৰ ঘটনাটো সন্দৰ্ভত লতাশিল আৰক্ষীয়ে আশিক গুপ্তা, জিতু শৰ্মা আৰু কৰণ দাসক সোধা-পোছাৰ
এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ জালত পেলালে মেঘালয়ৰ মহিলাক। অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী বৰ্তমান ভঙাগড় থানাৰ আলহী। মহানগৰ আৰক্ষীয়ে কিছুদিন পূৰ্বে নিচাজাতীয় য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। ৮৫০০ টা য়াবা টেবলেটসহ
নতুন চৰকাৰৰ আমোলত জনতা ভৱনৰ বাহিৰত আজি প্ৰথম খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কইনাধৰাত পুনৰ প্ৰাণ পাই উঠিল ৰাজ্যিক অতিথিশালা। কইনাধৰাত শেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ২০১৬ৰ ২০ মে’ত। কেবিনেট বৈঠকৰ অন্তত কিছুসময়ৰ পিছতেই সংবাদমেলৰ জৰিয়তে সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমুহ হৈছে- বক্সাৰ যমুনা বড়ো আৰু
Guwahati: The Assam cabinet on Wednesday decided to appoint Assam Boxer Jamuna Boro and Archer Sanjay Boro as tax inspectors. Jamuna won a bronze medal at the 2019 AIBA Women’s World Boxing Championships held in Ulan-Ude, Russia and won a gold medal at the 2nd India Open International Boxing Tournament