ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ মাচুল ছাত্ৰ-ছাত্ৰী পৰা ল’ব নোৱাৰিব। উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষা বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ উল্লেখ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি অন্লাইন যোগে সম্পন্ন হ’ব।ছাত্ৰ-ছাত্ৰীৰ পৰা অন্লাইনত কোনো মাচুল ল’ব নোৱাৰিব। প্ৰাদেশিকৃত আৰু চৰকাৰী আদৰ্শ
Year: 2021
ক্রমাগত দুখন অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে দেশলৈ উভতি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ দেওবাৰে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হোৱা শ্বাটলাৰগৰাকীয়ে সোমবাৰে এক অনলাইন সংবাদ মেলত কয় যে টকিঅ’লৈ অহাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে তেওঁক পদক জয়ৰ বাবে শুভকামনা জনাইছিল৷ সেই সময়ত মোদীয়ে
The Central Board of Secondary Education (CBSE) declared the Class 10 results on Tuesday at 12 pm. A total of 21,13,767 candidates registered for the exams and out of which, the results of 20,97,128 candidates have been released. A total of 16,639 students’ results are under process, dates of their
বুধবাৰে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।তুৰস্কৰ প্ৰতিদ্বন্দ্বী ৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব গোলাঘাটৰ জীয়ৰী লাভলীনাই। পুৱা ১১বজাত চাৰমেলেনিৰ সৈতে গুৰুত্বপূৰ্ণ খেলখনত অৱতীৰ্ণ হ’ব। আনহাতে অসম কন্যা গৰাকীক লৈ ৰাজ্যবাসী অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভলীনাৰ সাফল্য কামনা কৰি প্ৰাৰ্থনা কৰাও দেখিবলৈ পোৱা গৈছে। গুৰুত্বপূৰ্ণ কথা যে অলিম্পিকত
গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে প্ৰায় আঠ – ন মাহ ধৰি হস্তান্তৰ প্ৰক্ৰিয়া গেথেলা মাৰি থকাৰ পাছত শেহতীয়াভাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমান বন্দৰ আদানী গ্রুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে