Year: 2021

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

বিকল্প মূল্যায়ন পদ্ধতিৰ নামত ধন ঘটাত নামিছে একাংশ শীর্ষ বিষয়া৷ মেট্রিকত ষ্টাৰ, ডিষ্টিংচন প্রদানৰ প্রলোভনেৰে বহু শিক্ষা বিষয়াই শিক্ষার্থীৰ অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ সংগ্রহ কৰাৰ লজ্জাজনক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এনে দুষ্কার্যত জড়িত চাৰি শিক্ষা বিষয়াক শনিবাৰে আৰক্ষীয়ে জেৰা কৰাৰ লগতে তেওঁলোকৰ ম’বাইল ফোন, নথি–পত্র আদি জব্দ কৰে৷ জেৰাৰ সন্মুখীন

ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত, জন-জাতিক সুৰক্ষিত কৰাৰ নামত কিমান শৰাধ কৰিব চৰকাৰী ধন? ৰাজ‍্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব‍্যৱস্থা কৰিছে যদিও কিমান সফল এই ব‍্যৱস্থা? বছৰ-বছৰ ধৰি নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বহু অঞ্চলৰ বাট-পথ, স্বাস্থ‍্য-শিক্ষা উন্নয়নৰ যি স্বৰূপ, সেই উন্নয়নে কাৰ্বি ৰাইজক জীয়াতু ভোগাই আহিছে। নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী

৩০ ছেপ্টেম্বৰৰ পূর্বে প্রথম বর্ষৰ নামভর্তি সম্পূর্ণ কৰাৰ নির্দেশ কলেজ–বিশ্ববিঃক

৩০ ছেপ্টেম্বৰৰ পূর্বে প্রথম বর্ষৰ নামভর্তি সম্পূর্ণ কৰাৰ নির্দেশ কলেজ–বিশ্ববিঃক

ক’ৰোনাকালৰ মাজতে শনিবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউ জি চিয়ে ২০২১–২২ শৈক্ষিক বর্ষৰ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি শৈক্ষিক বর্ষ ২০২১–২২ৰ স্নাতক প্রথম বর্ষৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ ইউ জি চিয়ে দেশৰ সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ প্রথম বর্ষৰ পাঠ্যক্রমৰ নামভর্তিৰ প্রক্রিয়া ৩০ ছেপ্ঢেম্বৰৰ পূর্বে সমাপ্ত কৰিবলৈ নির্দেশনা দিছে৷

মৈৰাবাৰীত কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল গুলীবিদ্ধ

মৈৰাবাৰীত কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল গুলীবিদ্ধ

অসম আৰক্ষীৰ মূৰৰ কামোৰণি কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্রাদুল ইছলাম মৈৰাবাৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে যোৱানিশা মৈৰাবাৰীত গুলীবিদ্ধ হ’বলগীয়া হয়৷ জানিব পৰা মতে বুধবাৰে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভলাল বৰুৱাৰ নেতৃত্বত যোৱা নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলে নগাঁৱৰ ম’হখুলিৰ পৰা সহযোগীসহ কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল ইছলামক