Year: 2021

মহানগৰীত লজ্জাজনক ঘটনা, ঘৰত অকলে থকাৰ সুযোগত শাহুৱেকক বলাৎকাৰ কৰিলে জোঁৱায়েকে

মহানগৰীত লজ্জাজনক ঘটনা, ঘৰত অকলে থকাৰ সুযোগত শাহুৱেকক বলাৎকাৰ কৰিলে জোঁৱায়েকে

মহানগৰীৰ নুনমাটিত লজ্জাজনক ঘটনা। শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগত আটক ভূপেন ডেকা নামৰ এজন লোকক। ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুয়েকক বলাৎকাৰ কৰাৰ অভিযোগ জোঁৱায়েকৰ বিৰুদ্ধে। ভঙাগড়ৰ পৰা আটক কৰিছে অভিযুক্ত জোঁৱাই ভূপেন ডেকাক। শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই জঘন্য কাণ্ড। পাণবজাৰ মহিলা থানাৰ এ চি পি ভনীতা দাসৰ নেতৃত্বত চলিছিল