Advertisement

Year: 2021

একাদশ শ্রেণীৰ নামভৰ্তিকলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা, সবিশেষ পঢ়ি জানি লওঁক

একাদশ শ্রেণীৰ নামভৰ্তিকলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা, সবিশেষ পঢ়ি জানি লওঁক

ক’ৰ’না পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নকৰা পৰ্যন্ত ৰাজ্যত একাদশ শ্ৰেণীৰ নামভৰ্তি স্থগিত ৰখাৰ নিৰ্দেশ শিক্ষা বিভাগৰ। মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলোকে মেট্ৰিকৰ ফলাফল ঘোষণা নোহোৱালৈকে