Year: 2021

গুৱাহাটীৰ ভৰলু নদী নিষ্কাশন পৌৰ নিগমৰ

গুৱাহাটীৰ ভৰলু নদী নিষ্কাশন পৌৰ নিগমৰ

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমে দিনে–নিশাই চলাইছে নলা–নর্দমা নিষ্কাশনৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ নির্দেশমর্মে পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা নিষ্কাশনৰ লগতে বাৰিষাৰ সময়ছোৱাত