Advertisement

Year: 2021

খনামুখৰ নিতুল গগৈৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু

খনামুখৰ নিতুল গগৈৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু

চীন সীমান্তৰ বৰফাবৃত দুর্গম এলেকাত দায়িত্ব পালন কৰি থকাৰ সময়তে অষ্টম অসম ৰেজিমেণ্টৰ সেনা জোৱান নিতুল গগৈৰ মৃত্যু (৪৩) হৈছে৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তর্গত খনামুখ টিপমীয়া গাঁৱৰ সেনা