Year: 2021

Assam polls: Congress’star campaigner’s list rolls out

Assam polls: Congress’star campaigner’s list rolls out

Indian National Congress (INC) on Thursday released its list of star campaigners for the upcoming Assam Assembly election. The list includes names Congress interim Chief Sonia Gandhi, former Prime Minister Manmohan Singh, party leaders Rahul Gandhi, Priyanka Gandhi Vadra, Sachin Pilot, Navjot Singh Sidhu, Salman Khurshid, and Sushmita Dev. A

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান:ডিঙি কাটি হত্যা কৰিলে যুৱতীক

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান:ডিঙি কাটি হত্যা কৰিলে যুৱতীক

ওদালগুৰি জিলাৰ খৈৰাবাৰীত নৃশংস ঘটনা।প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে যুৱতীক।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা।খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক হত্যা কৰিলে অমিত ভদ্ৰ নামৰ এজন যুৱকে।   অংকিতাক কামৰূপ জিলাৰ পলাশবাৰী নিবাসী ৰমা ভদ্ৰৰ পুত্ৰ অমিত ভদ্ৰই কেইবাবাৰো প্ৰেমৰ প্ৰস্তাৱ দিছিল।কিন্তু অংকিতাই বাৰে বাৰে

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ বৃন্দাবন গোস্বামীৰ

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ বৃন্দাবন গোস্বামীৰ

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে। নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে,অগপৰ পৰা টিকট নাপাই বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।