কংগ্রেছ দলৰ পৰা বি পি এফ দলত যোগদান কৰাৰ পাঁচ মিনিটৰ পাছতেই প্রার্থিত্ব লাভ কৰা সৌভাগ্যৱান প্রার্থী হিচাপে পৰিগণিত হ’ল দুর্গা দাস বড়ো৷ কংগ্রেছ দলৰ প্রাক্তন মুখপাত্র দুর্গা দাস বড়োৱে
Year: 2021
আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক
মনোনয়ন–পত্র দাখিলৰ দিনটোত গোলাঘাট বিধানসভা সমষ্টিত শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি আৰু বিৰোধী কংগ্রেছে সোমবাৰে পৃথকে পৃথকে প্রদর্শন কৰিলে শক্তি৷ দলীয় প্রার্থী অজন্তা নেওগক সংগ দি বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক
বিশ্বজুৰি আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি থকাৰ সময়তে ভাৰতত সংসদত কেইবাগৰাকীও সাংসদ নাৰীৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক লৈ সৰৱ হোৱা দেখা গ’ল৷ ইফালে আন্তর্জাতিক নাৰী দিৱসৰ দৰে আন্তর্জাতিক পুৰুষ
দুটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই দুই সমষ্টি হ’ল শিৱসাগৰ আৰু মৰিয়নি। দুয়োটা সমষ্টিৰ বাবে আজি গগৈয়ে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাৰ যোগেৰে মনোনয়ন পত্ৰ দাখিল